LockDown ৰ সময়ত নন্দিতা দাসৰ এটাৰ পিছত আনটো প্ৰশংসনীয় পদক্ষেপ ।

LockDown ৰ সময়ত নন্দিতা দাসৰ এটাৰ পিছত আনটো প্ৰশংসনীয় পদক্ষেপ । বকোৰ বিভিন্ন অঞ্চলত দুখীয়া শ্ৰেণীৰ লোকৰ লগতে শাৰীৰিক ভাবে অক্ষম আৰু শিল্পী সকলৰ মাজত বিতৰণ কৰে খাদ্য সামগ্ৰী ।
পূৰ্বেও নন্দিতা দাসে বকোৰ বিভিন্ন অঞ্চলত মাস্কৰ লগতে LockDownৰ ফলত খাদ্য সংকটত ভোগা বকোৰ প্ৰায়বোৰ দুখীয়া পৰিয়ালক সহায় কৰি আহিছে ।

Comments

Popular posts from this blog

"A Dozen Youths from a Mech para Village Achieve Success 2022 to 2023

মেছপাৰা গাওঁৰ ৰফিকুলে ইছলাম CRPF-ৰ ASI পদলৈ পদোন্নতি পাই গাওঁবাসীৰ গৌৰৱৰ বিষয় হৈ উঠিল

Three Youths from Mech Para Village, Barpeta District Secure Government Jobs