BREAKING News অসম পালেহি জুবিন গাৰ্গ। মুম্বাইৰ পৰা বিশেষ বাছেৰে পত্নীসহ মাজনিশা প্ৰায় ২:৩০ বজাত সৰুসজাইত


দাপোণ নিউজ (বৰপেটা ৰোড):
অসম পালেহি জুবিন গাৰ্গ। মুম্বাইৰ পৰা বিশেষ বাছেৰে পত্নীসহ মাজনিশা প্ৰায় ২:৩০ বজাত সৰুসজাইত উপস্থিত হয় জনপ্ৰিয় কণ্ঠশিল্পী গৰাকী। ইয়াৰ পিছতে  হোটেল ৰেডিছন ব্লু'ত কোৱাৰেণ্টাইনত ৰখা হৈছে জুবিন গাৰ্গসহ আটাইকে।
#. দাপোণ নিউজ #COVID19 #CoronavirusOutbreak #AssamFightsCOVID19 #ZubeenGarg 

Comments

Popular posts from this blog

"A Dozen Youths from a Mech para Village Achieve Success 2022 to 2023

মেছপাৰা গাওঁৰ ৰফিকুলে ইছলাম CRPF-ৰ ASI পদলৈ পদোন্নতি পাই গাওঁবাসীৰ গৌৰৱৰ বিষয় হৈ উঠিল

Three Youths from Mech Para Village, Barpeta District Secure Government Jobs