আজি_বৰপেটা_জিলা_AIUDF_সমিতিৰ_উদ্যোগত_আজমল_ফাউন্ডেশ্বনৰ_সাহায্য_বিতৰণ

#আজি_বৰপেটা_জিলা_AIUDF_সমিতিৰ_উদ্যোগত_আজমল_ফাউন্ডেশ্বনৰ_সাহায্য_বিতৰণ।
  আজমল ফাউন্ডেশনৰ তৰফৰ পৰা,ল'কডাউনৰ ফলত অভাৱগ্ৰস্থ হোৱা, বৰপেটা জিলাৰ অন্তৰ্গত সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত কয়াকুছিত দুখীয়া মানুহৰ মাজত  খাদ্যবস্তু বিতৰণৰ শুভ উদ্ভোধনী কৰা হয়। 
আশা কৰিছোঁ সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত প্ৰতিটো পন্চায়ত কমিটিয়ে খুব সুন্দৰ ভাৱে গৰীব-দুখীয়া মানুহৰ মাজত খাদ্যবস্তু খিনি বিতৰণ কৰিব। 
আজিৰ উক্ত বিতৰণ অনুষ্ঠানত উপস্হিত থাকে AIUDF দলৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি তথা সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক আলী হুছেইন, মহিলা মৰ্চাৰ সাধাৰণ সম্পাদিকা মমতাজ জাহান, সমষ্টিৰ সভাপতি আলেপ খান,সমষ্টিৰ সাধাৰণ সম্পাদক আইউব আলী আহমেদ, প্ৰাক্তন সভাপতি ময়নাল খান , সাধাৰণ সম্পাদক নজৰুল ইছলাম, যুব মৰ্চা,ছাত্ৰ মৰ্চা,মহিলা মৰ্চা সহ অন্যোন্যো নেতৃবৃন্দ।
তাৰোপৰি কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি তথা বৰপেটা জিলা সমিতিৰ মূখ্য আহ্বায়ক মুফতী শ্বামছুদ্দিন আহমেদ কাছিমী, জিলা সমিতিৰ সাধাৰণ সম্পাদক খন্দকাৰ আশ্ৰাফুল মামুন সহ দলৰ বিভিন্ন পৰ্যায়ৰ নেতৃবৃনৰ উপস্হিতিত খাদ্যবস্ত্ত সমূহ বিতৰণ কৰা হয় ।

Comments

Popular posts from this blog

"A Dozen Youths from a Mech para Village Achieve Success 2022 to 2023

মেছপাৰা গাওঁৰ ৰফিকুলে ইছলাম CRPF-ৰ ASI পদলৈ পদোন্নতি পাই গাওঁবাসীৰ গৌৰৱৰ বিষয় হৈ উঠিল

Three Youths from Mech Para Village, Barpeta District Secure Government Jobs