#নিজ কন্যাক পিতৃয়ে সংঘটিত কৰিলে জঘন্য কাণ্ড…

#দাপোণ #NEWS_অসম:
#নিজ কন্যাক পিতৃয়ে সংঘটিত কৰিলে জঘন্য কাণ্ড…

#মঙলবাৰে মঙ্গলদৈত সংঘটিত হয় এক বৰ্বৰ জঘন্য কাণ্ড । মঙলদৈৰ ন হাউলি ত নিজ পিতৃয়ে দীৰ্ঘ দিন ধৰি যৌন নিৰ্যাতন চলাই আহিছিল নিজৰ ঔৰষজাত কন্যাক। পিতৃয়ে নিজ কন্যাক বহু দিনৰ পৰাই যৌন নিৰ্যাতন চলাই আহিছিল বুলি ভুক্তভোগী ছোৱালী জনীয়ে প্ৰকাশ কৰে । ঘৰৰ আন কোনো সদস্যক এই কথা প্ৰকাশ কৰিব নোৱাৰি শেষত পঞ্চম শ্ৰেণীত পঢ়ি থকা ছাত্ৰী জনীয়ে বিদ্যালয়ৰ শিক্ষকক হোৱাটচ্এপ যোগে জনাইছিল এই নিৰ্যাতন কথা । ওচৰ চুবুৰীয়া ৰাইজে এই কথা জানিব পাৰি উত্তেজিত হৈ পৰে আৰু যৌন নিৰ্যাতন কাৰীৰ ঘৰ ভাঙি পেলায়। শেষত 
ঘটনাৰ তথ্য লাভ কৰি মঙ্গলদৈ আৰক্ষীয়ে নিৰ্যাতন কাৰী #টটয়া ৰয় ওৰফে #নগেন ৰয় ক আটক কৰি মঙলদৈ থানালৈ লৈ আহে । নিৰ্যাতন কাৰী #টটয়া ৰয় এজন পেছাত ৰাজমিস্ত্ৰীৰি । টটয়া ৰয় বহু দিনৰ পৰা গুৰুকুল নামৰ বিদ্যালয় খনত ৰাজমিস্ত্ৰীৰ হিচাপে কাম কৰি আছিল ।

Comments

Popular posts from this blog

"A Dozen Youths from a Mech para Village Achieve Success 2022 to 2023

মেছপাৰা গাওঁৰ ৰফিকুলে ইছলাম CRPF-ৰ ASI পদলৈ পদোন্নতি পাই গাওঁবাসীৰ গৌৰৱৰ বিষয় হৈ উঠিল

Three Youths from Mech Para Village, Barpeta District Secure Government Jobs