আজি “আন্ত:ৰাষ্ট্ৰীয় নাৰ্চ দিৱস”
দাপোণ নিউজ ( বৰপেটা ৰোড )আজি “আন্ত:ৰাষ্ট্ৰীয় নাৰ্চ দিৱস” উপলক্ষে প্ৰতিগৰাকী নাৰ্চক অসম অলিম্পিক সন্থাই প্ৰতিগৰাকী নাৰ্চক আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ।
কৰণা মহামাৰীৰ যুঁজখনত নাৰ্চ সকলৰ নীৰৱছিন্ন সেৱাই নিৰ্ণায়ক ভূমিকা পালন কৰিছে ।
Sarbananda Sonowal
Himanta Biswa Sarma
Comments
Post a Comment