মাৰ্ঘেৰিটা হৈছে অসম বক্সিংৰ কঠিয়াতলি। বিশ্ব মহিলা বক্সিং প্ৰতিযোগিতাৰ প্ৰথম গৰাকী অসমীয়া মেডেলিষ্ট Kalpana Choudhury মাৰ্ঘেৰিটাৰে ।
মাৰ্ঘেৰিটা হৈছে অসম বক্সিংৰ কঠিয়াতলি। বিশ্ব মহিলা বক্সিং প্ৰতিযোগিতাৰ প্ৰথম গৰাকী অসমীয়া মেডেলিষ্ট Kalpana Choudhury মাৰ্ঘেৰিটাৰে ।
খেল ইণ্ডিয়া ইয়ুথ গেমছ, ২০২০ত মাৰ্ঘেৰিটাৰ চাৰিগৰাকীকৈ বক্সাৰে মেডেল লাভ কৰিছে। আজি খেল ইণ্ডিয়াত মেডেল প্ৰাপ্ত ইৰফান আলিৰ বাসগৃহত উপস্থিত হৈ লকডাউনৰ সময়চোৱাত তেওঁলোকে সন্মুখীন হোৱা পৰিস্থিতি সম্পৰ্কে আলোচনা কৰোঁ । খেলুৱৈ সকলৰ অনুৰোধ মৰ্মে লকডাউনৰ পাছত স্বাভাবিক পৰিস্থিতি ঘূৰি অহাৰ লগে লগে মাৰ্ঘেৰিটা মহাবিদ্যালয়ত খেলুৱৈ সকলৰ উন্নত প্ৰশিক্ষণৰ বাবে Centre of Excellence প্ৰতিষ্ঠাৰ বাবে মাৰ্ঘেৰিটা কলেজৰ অধ্যক্ষ DrBuddhin Gogoi আৰু অসম এমেচাৰ বক্সিং সন্থাৰ সম্পাদক Hemanta Kumar Kalita সৈতে টেলিফোনিক আলোচনাযোগে সিদ্ধান্ত গ্ৰহণ কৰা হয়।আজিৰ এই আলোচনাত খেল ইণ্ডিয়াত মেডেলপ্ৰাপ্ত বক্সাৰ ইৰফান আলি, চম বাহাদুৰ থাপা, গৌৰৱ মজুমদাৰ আৰু চাহিলউদ্দিন বৰা, বুলগেৰিয়া ইয়ুথ চেম্পিয়নশ্বিপত ব্ৰঞ্জ মেডেলিষ্ট জয় কুমাৰী লামা তথা বহুকেইগৰাকী উদীয়মান বক্সাৰ উপস্থিত থাকে।
Comments
Post a Comment