আজি ভয়ংকৰ বিপদৰ পৰা কোনোমতে ৰক্ষা পৰিল ভাৰত, ভাৰত মহাসাগৰত বুৰ গল সকলো বিপদ

 আজি ভয়ংকৰ বিপদৰ পৰা কোনোমতে ৰক্ষা পৰিল ভাৰত, ভাৰত মহাসাগৰত বুৰ গল সকলো বিপদ



 কেৱল ভাৰতেই নহয় মালদ্বীপো আজি কোনোমতে ৰক্ষা পৰে চীনৰ অনিয়ন্ত্ৰিত ৰকেটৰ বাবে।


লং মাৰ্চ ৫ বি নামৰ চীনৰ ৰকেটটোৰ এটা প্ৰায় ১০০ পুট দৈৰ্ঘৰ এটা অংশ ৰকেটৰ পৰা বিচ্ছিন্ন হৈ তীব্ৰ গতিৰে পৃথিৱীৰ ফালে অগ্ৰসৰ হয়। যাৰ ফলত সকলো বিশ্ববাসীয়েই আজি তীব্ৰ ভয় শংকাত ভুগে। আজি পুৱাৰ ভাগতে সংঘটিত হয় এই ঘটনা।

কিন্তু সকলো ভয়-শংকা আঁতৰ কৰি বিশ্ব বাসী লগতে ভাৰতবাসীকো ৰক্ষা কৰি ভাৰত মহাসাগৰত পৰে চীনৰ ৰকেটক অংশটো। বৈজ্ঞানিকে এই অংশটো নিউয়ৰ্ক বা মাদ্ৰিদ চহৰৰ ওপৰত পৰাৰ আশংকা কৰিছিল।


উল্লেখ্য যে, বিগত এটা সপ্তাহৰ পৰা ৰকেটৰ এই ভগ্ন অংশটোৰ বাবেই মহা চিন্তিত হৈ আছিল বৈজ্ঞানিক মহল। কিয়নো এই অংশটো জনবসতি যতেই পৰিল হেতেন তাতেই ধ্বংস লীলা চলালে হেতেন।

Comments

Popular posts from this blog

মেছপাৰা গাওঁৰ ৰফিকুলে ইছলাম CRPF-ৰ ASI পদলৈ পদোন্নতি পাই গাওঁবাসীৰ গৌৰৱৰ বিষয় হৈ উঠিল

"A Dozen Youths from a Mech para Village Achieve Success 2022 to 2023

Three Youths from Mech Para Village, Barpeta District Secure Government Jobs