কভিড19 নীতি নিৰ্দেশনা মানি চলক

 

ৰাইজলৈ বৰপেটা সমষ্টিৰ বিধায়ক আব্দুৰ ৰহিম আহমেদৰ অনুৰোধ


সমগ্ৰ দেশৰ লগতে আমাৰ ৰাজ্যখনতো কৰ’ণাৰ দ্বিতীয় লহৰ আৰম্ভ হৈছে ৷ ভয়াৱহ ভাৱে কৰ’ণা সংক্ৰমিত হোৱাত ইতিমধ্যে ৰাজ্যখনত হাজাৰ হাজাৰ লোক আক্ৰান্ত হৈছে ৷ 55 জনতকৈ অধিক লোক কৰ’ণাত মৃত্যু ঘটিছে ৷ সেয়ে কৰ’ণাক পৰাজিত কৰিবলৈ চৰকাৰে দিয়া নীতি নিৰ্দেশনা সমূহ পালন কৰক ৷ লগতে সকলোৱে মাস্ক, চেনিটাইজাৰ আদি ব্যৱহাৰ কৰি সামাজিক দুৰত্ব বৰ্তাই ৰাখিবলৈ বৰপেটাবাসীৰ লগতে সকলো ৰাইজকে আহ্বান জনাইছো ৷ 

লগতে ৰাজ্যৰ স্বাস্থ্য বিভাগক বৰপেটা মেডিকেল কলেজ হাস্পতালত কৰ’ণা ৰোগীৰ বাবে আই চি ইউৰ বিচনা বৃদ্ধি কৰিবলৈ অনুৰোধ জনাইছে বৰপেটা সমষ্টিৰ বিধায়ক আব্দুৰ ৰহিম আহমেদে।

Comments

Popular posts from this blog

"A Dozen Youths from a Mech para Village Achieve Success 2022 to 2023

মেছপাৰা গাওঁৰ ৰফিকুলে ইছলাম CRPF-ৰ ASI পদলৈ পদোন্নতি পাই গাওঁবাসীৰ গৌৰৱৰ বিষয় হৈ উঠিল

Three Youths from Mech Para Village, Barpeta District Secure Government Jobs