মেচপাৰাৰ পৰা বৰপেটাৰোডলৈ আহি থাকোতে গুৰুত্বপূৰ্ণ নথিপত্ৰসহ মানিবেগ হেৰাইছে

আজি ৩.৩০ মান বজাত মেচপাৰাৰ পৰা বৰপেটাৰোড অভিমুখী আহি থাকোতে Mustafizur Hannan নামৰ এজন ব্যক্তিৰ মানিবেগ হেৰুৱাই। উক্ত মানিবেগত আছিল ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, এটিএম কাৰ্ড আদি গুৰুত্বপূৰ্ণ নথিপত্ৰ। যদি কোনো সদাশয় ব্যক্তিয়ে এই নথিপত্ৰখিনি পৰিলক্ষিত কৰে, তেন্তে তলত দিয়া নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে: যোগাযোগ নম্বৰ: 99546 62517, 8822443243 মোনাকিয়া অনুৰোধ: সহায় কৰিবলৈ আগবাঢ়ি আহক আৰু নথিপত্ৰখিনি যথাযথ হাতত ঘূৰাই দিবলৈ সহায় কৰক।