মেচপাৰাৰ পৰা বৰপেটাৰোডলৈ আহি থাকোতে গুৰুত্বপূৰ্ণ নথিপত্ৰসহ মানিবেগ হেৰাইছে

 


আজি ৩.৩০ মান বজাত মেচপাৰাৰ পৰা বৰপেটাৰোড অভিমুখী আহি থাকোতে Mustafizur Hannan নামৰ এজন ব্যক্তিৰ মানিবেগ হেৰুৱাই। উক্ত মানিবেগত আছিল ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, এটিএম কাৰ্ড আদি গুৰুত্বপূৰ্ণ নথিপত্ৰ। যদি কোনো সদাশয় ব্যক্তিয়ে এই নথিপত্ৰখিনি পৰিলক্ষিত কৰে, তেন্তে তলত দিয়া নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে:

যোগাযোগ নম্বৰ: 99546 62517, 8822443243

মোনাকিয়া অনুৰোধ: সহায় কৰিবলৈ আগবাঢ়ি আহক আৰু নথিপত্ৰখিনি যথাযথ হাতত ঘূৰাই দিবলৈ সহায় কৰক।


Comments

Popular posts from this blog

মেছপাৰা গাওঁৰ ৰফিকুলে ইছলাম CRPF-ৰ ASI পদলৈ পদোন্নতি পাই গাওঁবাসীৰ গৌৰৱৰ বিষয় হৈ উঠিল

"A Dozen Youths from a Mech para Village Achieve Success 2022 to 2023

Three Youths from Mech Para Village, Barpeta District Secure Government Jobs