বৰপেটাৰোডত মোবাইল চোৰ আটক
বৰপেটাৰোডৰ খৈৰাবাৰীত এজন মোবাইল চোৰক নগদ ধন সহ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷ আটক কৰা চোৰজন হৈছে খৈৰাবাৰীৰ নামপাৰাৰ মইদুল ৷
এইজন মইদুলে খৈৰাবাৰীৰ ৰাজু মটৰ গেৰেজত চিলিং কাটি সোমাই নগদ ধনৰ লগতে এটি মোবাইল চেট চুৰি কৰি লৈ গৈছিল ৷
বৰপেটাৰোড আৰক্ষীয়ে মইদুলক আটক কৰি নগদ ১০ হেজাৰ টকা আৰু চুৰ কৰি নিয়া মোবাইলটো জব্দ কৰিবলৈ সক্ষম হয়
Comments
Post a Comment