#আজমল ছুপাৰ ৪০ৰ শিক্ষাৰ্থী #প্ৰভাত_চেত্ৰীয়ে নৌবাহিনীত পালে নিযুক্তি,প্ৰভাত চেত্ৰীৰ ঘৰ কাৰ্বি আংলঙত।

#আজমল ছুপাৰ ৪০ৰ শিক্ষাৰ্থী #প্ৰভাত_চেত্ৰীয়ে নৌবাহিনীত পালে নিযুক্তি,প্ৰভাত চেত্ৰীৰ ঘৰ কাৰ্বি আংলঙত।
২০২২বৰ্ষত আজমল ছুপাৰ ৪০ৰ পৰা JEE পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছিল চেত্ৰী,তাৰ পাছতে তেজপুৰ বিশ্ববিদ্যালয়ত নামভৰ্ত্তি কৰিবলৈ সুযোগ লাভ কৰিছিল। অৱশেষত মুম্বাইত থকা #নৌবাহিনীৰ কাৰিকৰী বিভাগত নিযুক্তি লাভ কৰে প্ৰভাত চেত্ৰীয়ে।প্ৰভাত চেত্ৰীৰ সফলতাত মৌলানা বদৰুদ্দিন আজমল , ছিৰাজুদ্দিন আজমল আৰু আজমল পৰিয়াল উৎফুল্লিত হৈ পৰে। 

আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল আৰু ছিৰাজুদ্দিন আজমলে প্ৰভাত চেত্ৰীক অভিনন্দন জ্ঞাপন কৰে।আজি আজমল ফাউণ্ডেচনৰ মুখ্য কাৰ্যালয়ত প্ৰভাত চেত্ৰীক উষ্ম সম্বৰ্ধনা জনায় আজমল ফাউণ্ডেচনৰ সঞ্চালক ড৹ খচৰুল ইছলামে, লগতে উপস্থিত থাকে আজমল ফাউণ্ডেচনৰ মহাপ্ৰবন্ধক ড৹ এম আৰ এইচ আজাদ,আজমল ছুপাৰ ৪০ৰ প্ৰজেক্ট হেড আব্দুল কাদিৰৰ লগতে অন্যান্য বিষয়ববীয়া সকল । #indiannavy #defence #india #assam #educational




Comments

Popular posts from this blog

"A Dozen Youths from a Mech para Village Achieve Success 2022 to 2023

মেছপাৰা গাওঁৰ ৰফিকুলে ইছলাম CRPF-ৰ ASI পদলৈ পদোন্নতি পাই গাওঁবাসীৰ গৌৰৱৰ বিষয় হৈ উঠিল

Three Youths from Mech Para Village, Barpeta District Secure Government Jobs