হাউলীৰ গলীয়াত জুইত ভস্মীভূত এটি তিনি বছৰীয়া শিশুো:: সম্পূৰ্ণৰূপে জাহ গ’ল দুটাকৈ বাসগৃহ ..

                                     


সংবাদ:: অঞ্জনজ্যোতি নাথ, বৰপেটাৰোড(Barpeta Express?)


হাউলী গলীয়াত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা ৷ হাউলী থানাৰ অন্তৰ্গত গলিয়াত কালি দুপৰীয়া হোৱা এক বিধ্বংসী অগ্নিকাণ্ডত দুটাকৈ বাসগৃহৰ লগতে এটি তিনিবছৰীয়া অবুজ শিশু সম্পূৰ্ণ ৰূপে ভষ্মীভূত  হয় । লগতে আনুমানিক প্ৰায় পাচ লাখ টকাৰ সা-সম্পত্তি, এক লাখ টকা নগদ ধন আৰু নথি পত্ৰ সম্পূৰ্নৰূপে জুইত জাহ যায়।


কালি  দুপৰীয়া ৰফিক ইছলামৰ কনিষ্ঠ পুত্ৰ ৰেজাইল কৰিম শুই থকা অৱস্থাত হঠাৎ ঘৰত জুইৰ সুত্ৰপাত হয় আৰু ঘৰৰ সা সামগ্ৰীৰ লগতে ৰেজাউল কৰিম নামৰ তিনি বছৰীয়া দেৱ শিশুটো সম্পূৰ্ণৰূপে জুইত ভষ্মীভূত হয় । জানিব পৰা মতে ৰন্ধন গেছ চিলিণ্ডাৰৰ পৰা এই জুইৰ সূত্ৰপাত হয় ৷ 


এই অনাকাংক্ষিত শোকাকুল ঘটনাৰ বাবে অঞ্চলটোত এক শোকৰ ছাঁ পৰিছে।




Like ,comment, Share  কৰিব 

Comments

Popular posts from this blog

"A Dozen Youths from a Mech para Village Achieve Success 2022 to 2023

মেছপাৰা গাওঁৰ ৰফিকুলে ইছলাম CRPF-ৰ ASI পদলৈ পদোন্নতি পাই গাওঁবাসীৰ গৌৰৱৰ বিষয় হৈ উঠিল

Three Youths from Mech Para Village, Barpeta District Secure Government Jobs